O Seng By Kussum Kailash Mon Moina - New Assamese Song 2020

O Seng By Kussum Kailash  Mon Moina  New Assamese Song 2020




Album : Mon Moina 2020 Song : O Seng Singer : Kussum Kailash & Nilakshi Neog Lyrics/Tune : Kussum Kailash , Luit Neel , Ujjwal Aarong & Jagot Maahish Music : Ujjwal Aarong Mix/Mastered : Ibson Lal Baruah
::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::::
:::Lyrics::: অ ছেং কি মৰম লগালি ক' অ ছেং পগলা কৰিলি ক' অ ছেং তোৰে প্ৰেম সাগৰত ক' অ ছেং জাপে মই দিলং ক' তই মন মইনা ঐ এৰি থৈ নাযাবি ঐ তই জান মইনা ঐ ভাবি চাবি মোলে ঐ কেতিয়াকৈ পামে তোৰ মৰমৰ এষাৰি মাত অ ছেং কি মৰম লগালি ক' পগলা কৰিলি ক' অভিমানী হৈ মোৰ জান জনী ঐ নকবি দেই নকবি দেই এৰি যামেগৈ মৰম নদীত ঐ মোৰ জান জনী ঐ সাতুৰি নাদুৰি আছো তোৰে সতে ঐ তই মন মইনা ঐ ভাবি চাবি মোলে ঐ তই জান মইনা ঐ আতৰি নাযাবি ঐ কেতিয়াকৈ দিবি তোৰ মৰমৰ সহাৰিৰ হাত মনতে তোকে চোন ভাবো বুকুতে ঘৰ এটি সাজো নেভাবি নোৱাৰো বুজিও নুবুজু কিয় উৰি উৰি মন তোৰ কাষলে যায় অ ছেং তোৰে চাই মুখনি অ ছেং যাবলে টোপনি অ ছেং কেতিয়াকৈনো পাম অ ছেং বুকুতে সাৱটি তই মইনা ঐ ভাবি থাকোং তোকে ঐ তই জান মইনা ঐ আনলে নাভাবোং ঐ দূৰে দূৰে নৰ'বি দিবি তই সহাৰিৰ হাত অ ছেং মনকে বান্ধি লং ক' তই ছেং মোৰ হ'বিনে ক' অ ছেং কি মৰম লগালি ক' বলিয়া কৰিলি ক'






See More                 VIDEOS

Share on Google Plus

About Technical solutions

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment